×

Chef BB's Kitchen's video:

@ভাৰ্জিনিয়া ট্ৰিপ পাৰ্ট ২ | বুলীয়ে সুকন্যালৈ কি ৰান্ধিলে ৷ বুলীৰ মুভি থিয়েটাৰত কি চিনেমা চালো
❤️ভাৰ্জিনিয়া ট্ৰিপ আৰু আমেৰিকাত অসমীয়াৰ ঘৰ পাৰ্ট ২❤️ ভাবিছিলো এইটো ব্লগতে সকলো খিনি দেখুৱাব পাৰিম কিন্তু ভিডিঅটো ইমানেই দীঘল যে মোৰ নিজৰে আমনি লাগিল ৷ সেয়েহে পাৰ্ট ৩ কৰি পেলালো ৷ এইটো ভিডিঅত বুলীয়ে সুকন্যা লৈ কি কি ৰান্ধি থৈছিল, ৰাতি চিনেমা কি চালো, ৰিতুয়ে (বুলীৰ হাজবেণ্ড) ঘৰৰ চিনেমা হলটো কেনেকৈ বনালে, আহিবৰ সময়ত তাই কি কি টোপোলা বান্ধিলে সেইয়াই আপোনালোকে দেখা পাব ৷ আশাকৰো আপোনালোকে ভাল পাব ৷ ***পাৰ্ট ৩, আপোনালোকে বুলীৰ বাৰী খন, তাইৰ চুবুৰী টো আৰু বহু কিবা কিবি দেখিবলৈ পাব ৷ অপেক্ষা কৰিব দেই ৷ ****

731

87
Chef BB's Kitchen
Subscribers
496K
Total Post
819
Total Views
2.6M
Avg. Views
19.8K
View Profile
This video was published on 2023-05-24 16:01:12 GMT by @Chef-BB's-Kitchen on Youtube. Chef BB's Kitchen has total 496K subscribers on Youtube and has a total of 819 video.This video has received 731 Likes which are lower than the average likes that Chef BB's Kitchen gets . @Chef-BB's-Kitchen receives an average views of 19.8K per video on Youtube.This video has received 87 comments which are lower than the average comments that Chef BB's Kitchen gets . Overall the views for this video was lower than the average for the profile.

Other post by @Chef BB's Kitchen