×

Chef BB's Kitchen's video: part 1

@আমেৰিকাত থকা শিৱসাগৰৰ জীয়ৰীৰ লগত ভাৰ্জিনিয়াৰ ট্ৰিপ part 1 ৷ ৰাষ্টাত কি কি কৰিলো ৷ আমেৰিকাত অসমীয়া ঘৰ
❤️ভাৰ্জিনিয়া ট্ৰিপ আৰু আমেৰিকাত অসমীয়াৰ ঘৰ পাৰ্ট ১❤️ শিৱসাগৰৰ জীয়ৰী আৰু যোৱা ১৭ বছৰ ধৰি আমেৰিকাৰ নিবাসী সুকন্যা, এদিন কথাৰ মাজতে তাই ক’লে যে, তোমাৰেই ভাল, যেতিয়াই মন যাই বুলী ( মোৰ মাজু ভন্টী ) ৰ ঘৰত যাব পাৰা, মোৰ হে ভন্টী নাই ক’তো যাবলৈ ৷ মই বুলীক যেতিয়া সুকন্যাৰ বিলৈ ক’লো, তাইক লৈ আহিব ক’লে ৷ আজিৰ ব্লগ টোত দেখিব আমি সুকন্যাৰ ঘৰত ভাত খাবলৈ গৈছিলো আৰু তাইৰ ঘৰটো দেখিবলৈ পাব ৷ আপোনালোকে আৰু বহুত নজনা কথা শিকিব এই ব্লগটোত ৷ আশা কৰো ভাল পাব আপোনালোকে ৷ যদি ভাল পাই শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব ৷

1K

180
Chef BB's Kitchen
Subscribers
506K
Total Post
846
Total Views
2.7M
Avg. Views
19.6K
View Profile
This video was published on 2023-05-21 10:06:17 GMT by @Chef-BB's-Kitchen on Youtube. Chef BB's Kitchen has total 506K subscribers on Youtube and has a total of 846 video.This video has received 1K Likes which are higher than the average likes that Chef BB's Kitchen gets . @Chef-BB's-Kitchen receives an average views of 19.6K per video on Youtube.This video has received 180 comments which are higher than the average comments that Chef BB's Kitchen gets . Overall the views for this video was lower than the average for the profile.

Other post by @Chef BB's Kitchen