×

Ranjan Bezbaruah Sanskrit New's video: Sanskrit-Raghupati Raghava-Dipsikha-lyrics Alok-coduct-Ranjan

@Sanskrit-Raghupati Raghava-Dipsikha-lyrics Alok-coduct-Ranjan
_Sarmah _to_Gandhiji Gandhiji's _Sanskrit ৰঘুপতি ৰাঘৱ: সংস্কৃতত #रघुपति_राघव_संस्कृत_में _Bharat_presentation "रघुपते! राघव! राजन्! राम! पतितपावन! सीताराम! ईश्वरोsल्लाह् ते हि नाम, भज, प्रिय, त्वं सीतारामम् । रघुपते... सर्वेभ्यो देहि सुमतिम् रामो, रहीमः, करीमस्त्वम्! रघुपते... तव सन्ततिर्हि सर्वे वयम् । ईश्वरोsल्लाह् ते हि नाम, रघुपते... मानवताज्ञानं ज्ञेयम्, याचामहे वरदानमिदम्" Raghupati Raghava in Sanskrit Vocal Rendition: Dipsikha Sarmah (Nagaon,Assam) concept, conduct and produced by Ranjan Bezbaruah Co-singers: Riturani Mousumi, Anushka Sharma Sanskrit lyrics: Alok Kumar Editor: Narayan Dutta Mishra Music arrangement: Abhishek Dhar Courtesy: Etv Bharat, Assam copyright Bezbaruah (Assam) ranjanbezbaruah@gmail.com, +917002956966 শিল্পী দীপশিখা শৰ্মা: যুগমীয়া সংগীতৰ সুমধুৰ কণ্ঠ দৈনন্দিন বাৰ্তা: ৩১ আগষ্ট, ২০২১ কালজয়ী ভাৰতীয় সংগীতৰ সংস্কৃত, হিন্দী, বাংলা আৰু অসমীয়া ৰূপান্তৰ গাই জনপ্ৰিয় হৈ পৰা শিল্পী দীপশিখা শৰ্মা- অসমৰ সংগীত জগতৰ এক নতুন চৰ্চিত নাম। ইতিমধ্যে দিল্লী দূৰদৰ্শনযোগে ড: ভূপেন হাজৰিকাৰ ৰচনাৰে কোকিলকণ্ঠী লতা মঙ্গেশকাৰৰ প্ৰথম অসমীয়া গীত 'জোনাকৰে ৰাতি' আৰু 'ই-টিভি ভাৰত'যোগে- গান্ধীজীৰ প্ৰিয় ভজন 'ৰঘুপতি ৰাঘৱ'- সংস্কৃত ভাষাত শিল্পী ৰঞ্জন বেজবৰুৱাৰ তত্বাৱধানত আৰু অভিষেক ধৰৰ নিৰ্দেশনাত পৰিৱেশন কৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভূয়সী প্ৰশংসা পাবলৈ সক্ষম হৈছে নগাঁৱৰ শিল্পী দীপশিখা শৰ্মাই। দীপশিখাৰ সংগীত-পৰিক্ৰমাত বৰ্তমান অন্তৰ্ভুক্ত হৈছে মূল আৰু সংস্কৃত ভাষাত- ৰবীন্দ্ৰসংগীত 'বড়ো আশা কৰে এসেছি' আৰু 'পুৰাণো সেই দিনেৰ কথা', জয়ন্ত হাজাৰিকাৰ কণ্ঠৰ ড: নিৰ্মলপ্ৰভা বৰদলৈৰ গীত 'মোৰ মিনতি তৰা হয় যদি', ঊষা মঙ্গেশকাৰৰ কণ্ঠৰ সুধাকণ্ঠ‌ৰ গীত 'অপৰূপা অপৰূপা', দীপালি বৰঠাকুৰৰ কণ্ঠৰ 'সোণৰ খাৰু নালাগে মোক', লোকগীত- 'শ্যামকানু দূৰৈ হৈ নাযাবা', শকুন্তলা কথাছবিৰ গীত 'প্ৰথম প্ৰহৰ ৰাত্ৰি' তথা ৰঞ্জন বেজবৰুৱাৰ ৰচিত 'মোহনগানম্', 'মদিৰেক্ষণা'- যাৰ বাণীবন্ধনৰ কাম আগবাঢ়িছে সংস্কৃতিসেৱী পংকজ শৰ্মাৰ প্ৰযোজনা আৰু বিশিষ্ট সংগীত শিল্পীৰ সংগীত ব্যৱস্থাপনাত। আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত সুৰকাৰ, সংগীত পৰিচালক দীপক কুমাৰ শৰ্মাৰ প্ৰশিক্ষণ আৰু তত্বাৱধানত আকাশবাণীযোগে সম্প্ৰচাৰিত হোৱা দীপশিখাৰ কণ্ঠৰ গীত- ' অ' মোৰ মোহনীয়া', 'ফাগুনৰ পছোৱা' উল্লেখযোগ্য। ৰাগসংগীত আৰু আধুনিক সংগীত- উভয়ৰে শিক্ষা গ্ৰহণ কৰি থকা দীপশিখা শৰ্মাৰ গীত ইতিমধ্যে আকাশবাণী নগাঁও, গুৱাহাটী তথা বিভিন্ন আঞ্চলিক টিভি চেনেল, ইউটিউব আদি মাধ্যমেৰেও শ্ৰোতাই আদৰি লৈছে। শৈশৱৰে পৰা এক বিশেষ পৰিসৰত নাটক-ভাওনাত অভিনয় কৰি, বিভিন্ন বাক্-শিল্পত জড়িত হৈ, গীত গাই, প্ৰতিযোগিতাত পুৰষ্কাৰ বুটলি- এক সুস্থ সংস্কৃতিৰ সাধনা কৰি অহা দীপশিখাৰ এই যাত্ৰা সফল, সুন্দৰ আৰু হ‌ওক- তাৰেই কামনা কৰা হ'ল।।

11

1
Ranjan Bezbaruah Sanskrit New
Subscribers
3.5K
Total Post
144
Total Views
18K
Avg. Views
245.9
View Profile
This video was published on 2021-04-12 22:42:10 GMT by @Ranjan-Bezbaruah on Youtube. Ranjan Bezbaruah Sanskrit New has total 3.5K subscribers on Youtube and has a total of 144 video.This video has received 11 Likes which are lower than the average likes that Ranjan Bezbaruah Sanskrit New gets . @Ranjan-Bezbaruah receives an average views of 245.9 per video on Youtube.This video has received 1 comments which are lower than the average comments that Ranjan Bezbaruah Sanskrit New gets . Overall the views for this video was lower than the average for the profile.Ranjan Bezbaruah Sanskrit New #Dipsikha_Sarmah #Homage_to_Gandhiji Gandhiji's #Ramdhun_Sanskrit ৰঘুপতি #रघुपति_राघव_संस्कृत_में #Etv_Bharat_presentation "रघुपते! #Ranjan has been used frequently in this Post.

Other post by @Ranjan Bezbaruah